TICS Scholarship Examination 2026
Student Log in
1 / 20
ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?
2 / 20
কম্পিউটাৰ প্ৰথম প্ৰজন্মত কোনটো ব্যৱহাৰ হৈছিল?
3 / 20
কম্পিউটাৰ চালু কৰিবলৈ কোনটো ব্যৱহাৰ কৰা হয়?
4 / 20
ভাৰতৰ ৰাষ্ট্ৰীয় পশু কোনটো?
5 / 20
ভাৰতৰ ৰাষ্ট্ৰীয় নদী কোনখন ?
6 / 20
অসমত বিহু কিমান প্ৰকাৰৰ?
7 / 20
কম্পিউটাৰ কি?
8 / 20
ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত কিমানটা ৰঙ আছে?
9 / 20
ভাৰতৰ ৰাষ্ট্ৰীয় গীত কোনটো?
10 / 20
অসম ৰাজ্যৰ ৰাজধানী কোনখন?
11 / 20
মাউছ কি ধৰণৰ ডিভাইচ?
12 / 20
CPU ৰ সম্পূৰ্ণ নাম কি?
13 / 20
কম্পিউটাৰত তথ্য সংৰক্ষণৰ বাবে কোনটো ব্যৱহাৰ কৰা হয়?
14 / 20
সূৰ্য্য মণ্ডলত আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো?
15 / 20
MS Word কি ধৰণৰ ছফ্টৱেৰ?
16 / 20
অসমত থকা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কোনটো?
17 / 20
কম্পিউটাৰৰ আউটপুট ডিভাইচ কোনটো?
18 / 20
তাজমহল কোনখন চহৰত অৱস্থিত?
19 / 20
কম্পিউটাৰৰ মগজু বুলি কাক কোৱা হয়?
20 / 20
কীব’ৰ্ড কিমানটা কী থাকে সাধাৰণতে?